মাটি চহামাটি সাপ

মাটি থেকেৰা (Assamese) [ Roman: ma.ti the.ke.ra]
Contributed by: Biraj Kumar Kakati on 2009-11-21
1. Vegetables(Common Noun) A short and bushy garcinia tree. It`s fruits resembles the shape of Tomato and looks shiny red when ripe. Though the taste of it`s fruit is very sour but it looks very beautiful. The Assamese name Rupohi originates from the beauty of this fruit. চাপৰ আৰু জোপোহা গছৰ এবিধ থেকেৰা ৷ ইয়াৰ ফল দেখিবলৈ বিলাহীৰ নিচিনা আৰু পকিলে জলজলীয়া ৰঙা বৰণৰ হয় ৷ খাবলৈ বৰ টেঙা যদিও দেখিবলৈ বৰ ধুনীয়া বাবে ইয়াক ৰূপহী থেকেৰা বুলি বিখ্যাত ৷